Writings& Reflections
Essays, poems, and cultural reflections by Dr. Priti Rekha Bora.Page 4
Words that touch.
Lessons that stay.
শ্বহীদ অনিল বৰা (published in Dainik Asom)
Published in Dainik Asom, 23-Nov-2019 http://www.assamtribune.com/scripts/dainiknew.asp?id=nov2319/Page13 শ্বহীদ অনিল বৰা
ৰসপূৰ্ণ তাত্ত্বিক ৰসৰ সমাহাৰ ‘ৰাসোৎসৱ’
~*~ ৰসপূৰ্ণ তাত্ত্বিক ৰসৰ সমাহাৰ ৰাসোৎসৱ ~*~ৰাসোৎসৱ অসমত অতীজৰে পৰা আঘোণ মাহৰ পূৰ্ণিমাত পালন কৰা হয়। বাদৰায়ন বা ব্যাসদেৱে, ভক্তই শ্ৰীকৃষ্ণ ভকতিৰ ৰহস্যক জনাবৰ উদ্দেশ্যে শৃঙ্গাৰ ৰসৰদ্বাৰা শ্রীমদ্ভাগৱত মহাপুৰাণত ৰাস পঞ্চাধ্যায় সন্নিবিষ্ট কৰিছে। ভাগৱতৰ দশম স্কন্ধৰ ২৯অধ্যায়ৰ পৰা ৩৩ অধ্যায়লৈ এই পঞ্চাধ্যায় আছে। ‘ৰাস’ শব্দটো ‘ৰস’ শব্দৰ পৰা আহিছে। ৰস মানে হ’ল স্বাদ বা আনন্দৰ…
ৰাম জনমভূমিৰ ইতিহাস সোঁৱৰি…
১ ৫২৪ চনত শ্ৰীৰাম চন্দ্ৰৰ জন্মভূমি অযোধ্যাৰ ৰাম মন্দিৰত বাবৰি মজজিদ বনোৱা হৈছিল। মোগল সাম্ৰাজ্য প্ৰতিস্থা হোৱাৰ আগতে তাত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পূজা অৰ্চনা কৰা হৈছিল। বাবৰৰ নাম আছিল জহিৰ উদ্দিন মহম্মদ । তেওঁ ফাৰগানা ঘাটিৰ আন্দিজ্ঞান নামৰ ঠাই (বৰ্ত্তমান উজবেকিস্তান)ৰ পৰা ভাৰতলৈ আহিছিল। দেউতাক ওমৰ শেখ মিৰ্জা সেই ঠাইৰ শাসক আছিল।বাবৰে ভাৰতবৰ্ষক মুঠতে পাঁচ বাৰ…
কিছুমান কথাই যেতিয়া মন চুই যায় …..”
“কিছুমান কথাই যেতিয়া মন চুই যায় …..” “মা গ্ৰন্থ মেলা কেতিয়া বাৰু? মই কিতাপ কেইখনমান কিনিব লাগিছিল । ” গুৱাহাটিত ইমান সোনকালে হয় আমাৰ ইয়াত কিয় দেৰি হয়? পৰীক্ষাৰ মাজতে হ’ব চাগৈ এইবাৰ । কিন্ত্ত মোক কিন্ত্ত লৈ যাবাই দেই । মোৰ লৰাৰ কথাই মোক শৈশৱলৈ গ’ল ….. সৰুৰে পৰা কিতাপ পঢ়ি বৰ ভালপাওঁ ।…
শীতৰ অনুভূতিত
হেমন্তই যেন কঢ়িয়াই আনে শীত অহাৰ বাতৰি , শীতৰ আগমনত সৰি পৰা সৰাপাতেও দি যায় শুকাণ মনৰ এবুকু অনুভূতি । দুৱৰিডৰাত নিয়ৰৰ কণাই গাঁঠি যায় মুকুতাৰ মালা শেৱালিৰ কোমল দলিচাই বননিত শোভা কৰি দি যায় শান্তিৰ বতৰা। সোন বৰণীয়া ধাননিৰ পানীখিনিত বেলিটিৰ এলাহৰ লুকাভাকুয়ে , অন্তৰ আকাশত আশাবোৰ উপচাই হিয়াখন চুই যায় ৰক্তিম আভাৰে। কাতি…
When moonlight shines in the sky
It brings to my mind happiness and joy when moonlight shines in the sky The sunny and stormy wind blows through my hair It creates happy feelings in my soul with cold air My eyes illuminates like a diamond The millions of silver star sparkling on the pond The heart really shine when my dream…
सत्याग्रह और गांधीजी के सात संकल्प published in Purvanchal Prahari
http://pp.glpublications.in/index.php?mod=1&pgnum=6&edcode=1&pagedate=2019-10-02&type&fbclid=IwAR1luEAZwr9gVBkxPk13rMMVXaiQjn7fNScUZF4lGfvTfOvru-g79jE8vEg (c) Priti Rekha Bora
গুৰু দক্ষিণা
পুৰনি প্ৰয়াগত শৃংগৱেৰপুৰ নামেৰে, ভীল নামৰ আদিবাসীসকলৰ ৰাজ্য আছিল। তাৰে ৰজা আছিল মহাপৰাক্ৰমি ব্যাতৰাজ হিৰন্যধনু ।তেওঁৰ বীৰত্বৰ লগত হস্তিনাপুৰ ,মগধ আদিত বিয়পি পৰিছিল। হিৰন্যধনুৰ পত্নী আছিল সুলেখা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল অভিদ্ৰ্যুম আৰু সকলোৱে মাতিছিল অভয় বুলি।অভয় ডাঙৰ হৈ অহাৰ লগে লগে ৰজা হিৰণ্যধনুয়ে কুলগুৰুৰ ওচৰত শিক্ষা লাভৰ বাবে পঠিয়ালে । অতি কম দিনৰ ভিতৰত…
শ্ৰী মদভাগৱত গীতাৰ কথা
শ্ৰীমদভাগৱত গীতাৰ কথাৰে …🙏🙏🙏🙏🙏🙏🙏🙏 (অসমীয়ালৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিছোঁ সময় পালে পঢ়িবছোন।) ‘জয় শ্ৰীকৃষ্ণ’ য়দা য়দা হি ধৰ্মস্য, গ্লানিৰ্ভৱতি ভাৰত। অভ্যুত্থানমধৰ্মস্ব তদাত্মানম সৃজাম্যহম॥ পৰিত্ৰাণয় সাধুনম বিনাশায় ছ দুস্কৃতানম। ধৰ্মসংস্থাপনাৰ্থায় সম্ভাব্যনি যুগে যুগে…॥ “যেতিয়াই ধৰ্ম নাশ হৈ অধৰ্ম বৃদ্ধি হয় তেতিয়াই মই মোৰ স্বৰূপ লৈ মনুষ্যৰ ওচৰত প্ৰকট হওঁ ।সাধুসন্তক উদ্ধাৰ কৰি, পাপীক নাশ কৰি,ধৰ্মক পুনৰ…
শব্দত প্ৰকাশিত সেই স্বৰ্গীয় প্ৰেমৰ নাম “ৰাধা কৃষ্ণ”
ৰাধা ঘৰৰ পৰা ওলাই আহিছিল মনে মনে । বয়সৰ শিপাই ৰাধাৰ শৰীৰত পোখা মেলিছিল। মনৰ সেই কোণত তেতিয়াও কৃষ্ণৰ সেই মূখখনে আমনি কৰিছিল। ৰাধাৰ স্মৃতিৰ মন্দিৰত কেৱল কৃষ্ণ। প্ৰেম এক নিস্বাৰ্থ ভাবনা। কৃষ্ণৰ বাঁহীৰ মাত শুনিবলৈ ৰাধা ব্যাকুল হৈ পৰিছিল।জীৱনৰ প্ৰথম নিঃস্বাৰ্থ প্ৰেমে আকৌ এবাৰ কৃষ্ণক কাষৰপৰা চোৱাৰ হেপাহত উত্তাৱল কৰি তুলিলে। কৃষ্ণ কৃষ্ণ কৃষ্ণ…
*** স্বাধীন ভাৰতৰ কিছু অপ্ৰিয় সত্য কথা ***
মহাত্মা গান্ধীৰ বিছাৰধাৰাৰ প্ৰতি আগ্ৰহী হৈ চৰ্দাৰ বল্লভ ভাই পেটেলে ১৯১৭ চনত গুজৰাটত হোৱা খেড়া আন্দোলনত যোগদান কৰিছিল । বৰষুণৰ অভাৱত গুজৰাটৰ খেড়াত খৰাঙৰ প্ৰভাৱত খেতিপথাৰ চিৰাল ফাট দিছিল ।কিন্ত্ত ইংৰাজে সকলোকে কৰ দিবলৈ বাধ্য কৰোৱাৰ ফলত খেতিয়কসকলৰ দুৰ্দশাৰ লগৰীয়া হৈ পেটেলে ইংৰাজক কৰ দিব নোৱাৰে বুলি ‘ ন’টেক্স কেম্পেন’ বুলি আন্দোলন কৰিছিল। লণ্ডনত বেৰিস্টাৰি…