✦ WELCOME
Short life.
Deep lessons.
Timeless words.
Poems and reflections on life, wisdom, silence and everything in between.
A Brief Update
✦ FEATURED POEM
A Brief Update
নমস্কাৰ, Welcome to Mridu’s Jewel of Wisdom. We are currently in the process of upgrading our digital home to provide you with a faster, cleaner, and more beautiful reading experience. The site will remain live, but you may notice a few changes as we transition our archives to the new platform over the next few…
✦ LATEST WRITINGS
VIEW ALL POSTS → MAY 10, 2026 REFLECTION
মা মানে
মা মানে মা মানে কেৱল এটা শব্দ নহয়…মা মানেই নিঃস্বাৰ্থ মৰমবোৰমা মানেই নীৰৱ ত্যাগ,মা মানেই পৃথিৱীৰ পৱিত্ৰ অনুভূতি ৷মা মানেেই আশ্ৰয়স্হলএখন বহল হৃদয়য’ত সকলো কষ্ট নিমিষতে নিঃশেষ হৈ যায়। মা মানেই সাহস,যিয়ে ভাঙি পৰাৰ পিছতোপুনৰ উঠিবলৈ প্ৰেৰণা দিয়েমা মানেই ত্যাগ, ধৈৰ্য্য, ক্ষমাৰ সাগৰ ৷মা মানেই তৃপ্তিৰ উগাৰমা মানেইআশীৰ্বাদৰ বিশাল আকাশ ৷ মা মানেঅকথ্য শাৰীৰিক, মানসিক…
5 MIN READ
MAR 10, 2026 REFLECTION
মনৰ কথাৰে
মনৰ কথাৰে – এতিয়া তাইৰ বয়স হৈছেবয়স মানে জীৱনটো শেষ হোৱা নহয়,তাইৰ বাবে এইয়াইটো সময়নিজৰ জীৱনৰ লগত গভীৰ বুজাবুজিৰ আৰম্ভণি।এই বয়সত তাইৰ চকুত পৃথিৱীখনঅলপ বেলেগ ধৰণৰ হৈ পৰিছেকাৰণ এতিয়া তাই জানে—কি ৰাখিব আৰু কি এৰি দিবতাই এতিয়া সেই কোলাহলবোৰ ভাল নালাগেতাইৰ এতিয়ানিজৰ আত্মাৰ লগত নীৰৱে কথা পাতি ভাল লাগেনিজকে ভাল পাবলৈ ধৰা তাইৰ বাবেএই সময়…
5 MIN READ
FEB 25, 2026 REFLECTION
My FEELING
No one should be trusted blindly. Never trust someone in such a way that you have to completely give up your own judgment, self-respect, or sense of understanding.Trust is undoubtedly a beautiful feeling. It binds hearts and strengthens relationships. But when trust becomes “blind,” that same trust can sometimes turn into the cause of deep…
5 MIN READ
FEB 25, 2026 REFLECTION
অনুভৱ
বিশ্বাস কোনো মানুহকে অন্ধভাৱে বিশ্বাস কৰিব নালাগে মানুহক এনেদৰে বিশ্বাস নকৰিব যে নিজৰ বিবেচনা, আত্মসম্মান বা বিচাৰবুদ্ধি সম্পূৰ্ণকৈ এৰি দিব লগা হয়। বিশ্বাস নিশ্চয়েই এটি সুন্দৰ অনুভূতি। ই হৃদয়ক বান্ধি ৰাখে, সম্পৰ্কবোৰ দৃঢ় কৰে ৷ কিন্তু যেতিয়া বিশ্বাস ’অন্ধ’ হৈ যায়,তেতিয়া সেই একে বিশ্বাসেই কেতিয়াবা গভীৰ আঘাতৰ কাৰণ হৈ উঠিব পাৰে। সময়ৰ লগে লগে মানুহ…
5 MIN READ
FEB 24, 2026 REFLECTION
FEELINGS
The “mind” is a subtle and profound part of a human being. It cannot be seen with the eyes, yet it can be deeply felt. The mind is the source of our thoughts, emotions, desires, dreams, and imagination. When we feel happy, we smile; when we feel sad, we cry. When we like or dislike…
5 MIN READ
FEB 22, 2026 REFLECTION
অনুভৱ
‘মন’ হৈছে মানুহৰ অন্তৰৰ এটা সূক্ষ্ম আৰু গভীৰ অংশ, যাক চকুৰে দেখা নাযায় কিন্তু অনুভৱ কৰিব পৰা যায়। মনেই হৈছে আমাৰ চিন্তা, অনুভূতি, ইচ্ছা, সপোন আৰু কল্পনাৰ আধাৰ। আমি যেতিয়া সুখ অনুভৱ কৰোঁ তেতিয়া আমি হাঁহো, আমি যেতিয়া দুখ অনুভৱ কৰোঁ তেতিয়া আমি কান্দো, কিবাকিবি ভাল পাওঁ বা কিবাকিবি বেয়া পাওঁ, খং কৰোঁ,আবেগিক হওঁ, সিদ্ধান্ত…
5 MIN READ
More thoughts,
more lessons.
“
Silence is the soil where the soul finds its truest wisdom.
MRIDU
✦ ABOUT THE AUTHOR
A seeker of little truths.
Dr. Priti Rekha Bora (Mridu) is an essayist and educator dedicated to exploring the intersection of philosophy and life.
MORE ABOUT ME → “
Words are the jewels of wisdom that light our inner path.
+ Newsletter
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.