Literary Journal

Writings& Reflections

Essays, poems, and cultural reflections by Dr. Priti Rekha Bora.Page 5

95
Entries
5
Page

Words that touch.
Lessons that stay.

10 min

লিটল বয় এণ্ড ফেট মেন

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত এডলফ হিটলাৰৰ(Adolf Hitler) নেতৃত্বত নাজীবাহিনী,বেনিট’ মুচলিনিৰ (Benito Musslini)নেতৃত্বত ইটালীৰ সেনাবাহিনী,আৰু জাপানৰ ৰজা হিৰ’হিতুৰ (Emperor Hirohitu) নেতৃত্বত জাপানী সেনাবাহিনী এই তিনিওখন দেশ মিলি গঠন কৰিছিল ‘এক্ছিচ পাৱাৰ ‘( axis power) বা আধাৰ শক্তি ; লগতে আন কেইবাখনো সৰু বৰ দেশে তেওঁলোকক সহযোগ কৰিছিল। থিক সেইদৰে আমেৰিকাত ৰুছভেল্টৰ নেতৃত্বত ( Roosevelt) আমেৰিকাৰ সেনাবাহিনী,গ্ৰেট…

7 min

সোঁৱৰনিৰ বালিচৰ ৩

কেতিয়াবা যে শৈশৱৰ সৰু সৰু কথাবোৰে এতিয়া বৰ আমনি কৰে । ভগৱানক লগ পোৱা হ’লে কলোহেতেন মোক এদিনৰ বাবে হ’লেও মোৰ শৈশৱতো ওভতাই দিয়াচোন। এদিন অন্তত হেপাঁহ পলোৱাই চাই লওঁ মোৰ সোনোৱালী শৈশৱতো….***জোনাকী পৰুৱাবোৰৰ পিছে পিছে ঘূৰি সেইবোৰ বটলত ভৰাই আন্ধাৰ ৰূমত থৈ দিছিলো ভাবিছিলো ৰূমতো পোহৰাই তুলিব কিন্ত্ত বন্ধ বটলত অক্সিজেনৰ অভাৱত সিহঁতৰ জোনাকী…

6 min

অৰুনোদইৰ পৰা প্ৰান্তিকলৈ

১৮৪৮ চনত ‘অৰুনোদয় ‘সংবাদ পত্ৰ ( যিখনক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক’ব পৰা যায়)শিবসাগৰৰ মিছন প্ৰেছৰপৰা প্ৰকাশ পাইছিল। ড০ নাথান ব্ৰাউন চাহাবৰ সম্পাদনাত আমেৰিকান বাপ্টিষ্ট মিছনাৰী সকলৰ দ্বাৰা প্ৰকাশ পাইছিল;য’ত আনন্দৰাম ঢেকি্য়াল ফুকন ,গুণাভিৰাম বৰুৱা,চন্দ্ৰ কুমাৰ আগৰৱালা আদি বিখ্যাত অসমীয়াই তেওঁলোকৰ সাহিত্যৰ পাতনি মেলিছিল।কিন্ত্ত মিছন প্ৰেছে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে এই পত্ৰ প্ৰকাশ কৰিছিল যদিও…

8 min

ৰাষ্ট্ৰপতি ভৱনৰ বিষয়ে

ৰাষ্ট্ৰপতি ভৱনটোৰ বিষয়ে জানো আহক ১৯১০ চনলৈকে ইংৰাজৰ শাসনকালত কলিকতা আছিল তেওঁলোকৰ ৰাজধানী । ১৯১১ চনত ইংৰাজ ৰজা জৰ্জ পঞ্চমে কলিকতাৰ ঠাইত দিল্লীত ৰাজধানী কৰিবলৈ মন মেলিলে। সেই সময়ৰ ভাইচৰয়ে দিল্লীত থাকিবৰ বাবে এনেকুৱা এটা প্ৰসাদ বনাবলৈ মন কৰিছিল যিটোত ভাৰতীয় আৰু ইংৰাজ পৰম্পৰাগত স্থাপত্যকলা (Indian and British architectures ) আৰু ভাস্কৰ্য (Sculpture) নিদৰ্শন তাত…

4 min

মোৰ একান্ত ব্যক্তিগত অনুভৱ

নগাঁও সংসদীয় ১০ নং সমষ্টিটোত কংগ্ৰেছ দলৰ পিছতেই ১৯৮৪, ১৯৯১, ১৯৯৬ চনত অসম গণ পৰিষদ দলৰ স্বৰ্গীয় মুহিৰাম শইকীয়া জয়ী হৈছিল আৰু তাৰ পিছতেই ১৯৯৮ চনত পুনৰ কংগ্ৰেছৰ নৃপেন গোস্বামী জয়ী হৈছিল৷তাৰ পিছতেই বিগত ২০ বছৰ ধৰি অৰ্থাৎ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত গেৰুৱা দলৰ পাৰ্থী ৰাজেন গোহাঁইয়ে সাংসদ হিছাপে জয়ী হৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্য…

7 min

বৌদ্ধ ধৰ্মৰ চত্বাৰি আৰ্যসত্য

Main page: http://www.dainandinbartagroup.in/ Page#4 http://www.dainandinbartagroup.in/fullpage.php?photo=images1/../../../images1/19_May_2019_4.jpg&day1=19&month1=May&%20year1=2019 বৌদ্ধ ধৰ্মৰ চত্বাৰি আৰ্যসত্য – এটি অৱলোকন বৌদ্ধ ধৰ্মৰ প্ৰতিস্ঠাতা গৌতম বু্দ্ধৰ উপদেশ আৰু বাণীসমূহৰ ওপৰত ভিত্তি কৰিয়েই বৌদ্ধ দৰ্শনৰ গঢ়ি উথিছিল।তেওঁ নৈতিকতাৰ শিক্ষা দিছিল ।তেওঁৰ দৰ্শনত ঈশ্বৰৰ কোনো স্থান নাই ।তেওঁ সাধনাৰ যোগেদি জ্ঞান লাভ কৰিছিল । তেওঁ জ্ঞান লাভ কৰাৰ মূলতেই আছিল জীৱনৰ চৰম সত্যতাক উপলব্ধি কৰা।সত্যোপলব্ধি কৰাৰ…

11 min

वुद्व धर्म के चार आर्य सत्य

epaper link:http://pp.glpublications.in/index.php?mod=1&pgnum=10&edcode=1&pagedate=2019-05-17&type= page10: http://pp.glpublications.in/imageview_12209_123554991_4_1_17-05-2019_i_1_sf.html वुद्व धर्म के चार आर्य सत्य गौतम बुद्ध, बौद्ध धर्म के संस्थापक थे।वो भारत के महान दार्शनिक, धर्मगुरु, महान समाज सुधारक थे।सत्य वचन वोलना और अहिंसा को परम धर्म मानना महान आत्मा गौतम बुद्व ने ईस्वर की अस्वीकार करते हुए धर्म प्रचार किया था। और लोगों को भी इसी मार्ग पर…

10 min

অসমীয়া জাতি জনগোষ্ঠীৰ ধ্বজ্জাবাহক স্বৰূপ অংগবস্ত্ৰখন

বিহুৰ উৎপত্তিৰ বিষয়ে এটি লোক বিশ্বাস আছে। বৰদৈচিলা ভূমি দেৱতাৰ জীয়ৰী আছিল আৰু ভূমি দেবতাই জীয়েকক দূৰ দেশলৈ বিয়া দিছিল। প্ৰত্যেক বছৰৰ বসন্ত ঋতুত অৰ্থাৎ চ’ত মাহৰ শেষত বৰদৈচিলা মাকৰ ঘৰলৈ আহে। আৰু তাৰ লগে লগে বিহুৰ আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়। এই বৰদৈচিলা এজাক ধুমুহা। সেইদৰে বৰদৈচিলা ঘূৰি যোৱাৰ লগে লগেই বিহুৰ সামৰণি…

1 min

বহাগ

ক’লা হৈ অহা ডাৱৰে বৰদৈচিলাজনী অহাৰ বাতৰি দিলে শুকান পাতবোৰ যেনি তেনি উৰি ন কুঁহিপাতক আদৰণি জনালে । ধুলিয়ৰি মাটিত বৰষুনৰ টোপালে খেতিয়কক মিঠা সুবাস দিলে নাঙল , মৈত হাত বুলাই বলধযোৰলৈ চাই শুকান পথাৰখনত এটি সেৱা জনালে । কুলি কেতিকীৰ মাতত সিও ঢোলত চাপৰ দিলে খিটিক খিটিকৈ মাকো মাৰি তাই বিহুৱানখনত ফুল বাচিলে ।…