ভাৰতৰ স্বতন্ত্ৰতা আৰু ইতিহাস – এদিনৰ সংবাদ
https://www.adinorsombad.com/edition/178/adinor-sombad-epaper-ই-বাতৰিকাকত/page/4
Essays, poems, and cultural reflections by Dr. Priti Rekha Bora.Page 6
Words that touch.
Lessons that stay.
https://www.adinorsombad.com/edition/178/adinor-sombad-epaper-ই-বাতৰিকাকত/page/4
বৰদোৱা এখন পৱিত্ৰ তীৰ্থস্থান৷ নগাওঁ চহৰত এই পবিত্ৰ তীৰ্থস্থানখন অৱস্থিত ।এই বৰদোৱাৰ আলিপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ।১৪৬৮ খ্ৰীষ্টাব্দত মাত্ৰ ১৯ বছৰ বয়সতে শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত সৰ্বপ্ৰথম থান প্ৰতিস্থা কৰি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল ।এই থানকে বটদ্ৰৱা থান বা বৰদোৱা থান বুলি কোৱা হয় । এই থানতে শংকৰদেৱে প্ৰথম নামঘৰ সজাইছিল । দৈনন্দিন…
https://www.assamiyakhabor.com/publishfinal/asset/jorhat/20032019/5.html http://dainandinbartagroup.in/fullpage.php?photo=images1/../../../images1/20_March_2019_6.jpg&day1=20&month1=March&%20year1=2019 Priti Rekha Bora
ছোৱালী এজনী জন্ম হোৱা পিচৰে পৰা মাক দেউতাকৰ চত্ৰ ছায়াত শৈশব পাৰ হোৱাৰ পিছতে ভাই ককাই লগত একেলগে ডাঙৰ হৈও ঘৰৰ কামকাজত মাকক সহায় কৰি লগতে পঢ়া শুনাখিনিও একেলগে আগবঢ়াই নি নিজৰ সকলো দায়িত্ব সুকলমে পালন কৰে। মাক দেউতাকৰ মৰমৰ, ককাই ভাইৰ স্নেহৰ সেই ছোৱালীজনীয়ে সৰুৰে পৰাই ভায়েক ককায়েকৰ বাবে বিভিন্ন ক্ষেত্ৰত ত্যাগ স্বীকাৰ কৰিব…
জেনেভা সন্ধিপত্ৰ ( GENEVA Convention ) কি ? ১৮৬৪ চনত পোন প্ৰথম বাৰ এই চুক্তি হৈছিল । তাৰ পিচত ১৯০৬ চনত আৰু ১৯২৯ চনত । ১৯৪৯ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ পিচতেই ১৯৪ খন দেশে যুদ্ধবন্দী সকলৰ সুৰক্ষা আৰু সন্মানৰ বাবে এই সন্ধিপত্ৰত সাক্ষৰ কৰিছিল । এই চুক্তিৰ কেইটামান মূল কথা ——- ১/ এই চুক্তি মতে…
সন্ত্রাসবাদ কাৰো কাম্য নহয়। সন্ত্রাসবাদীৰ কোনো মানবীয়তা নাই, কোনো ধৰ্ম নাই, কোনো জাতি নাই, কোনো ভাষা নাই আছে মাথো সন্তাস সৃষ্টি কৰিব পৰা এটা কীট লগা মগজু। জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত ৪০জনৰো অধিক সেনা নিহত হোৱাত, সমগ্ৰ দেশ আজি শোকত ম্ৰিয়মাণ। দেশৰ বাবে জীবন উৎসৰ্গা কৰা এই মহান সৈনিকসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।…
অসমত বিভিন্ন বিষয়বস্ত্তৰ দাবী আৰু আন্দোলন কৰিবলগা পৰিস্থিতিৰ পিচতে আছে কিছুমান অসন্ত্তষ্টি যিবোৰ অপ্ৰিয় হলেও আজিৰ পৰিস্থিতিৰ লগত সামঞ্জস্য থকাকৈয়ে সত্য। অসম স্বাধীন ভাৰতৰ ভিতৰত আছে যদিও ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহে যি দৰে সুবিধা বোৰ লাভ কৰে থিক সেইদৰে অসমে কিন্ত্ত কেন্দ্রীয় চৰকাৰৰ পৰা বহু ক্ষেত্ৰত সুবিধা লাভ কৰাৰ পৰা বঞ্চিতহে হ’ব লগা হয় ।চীনা আক্রমণৰ…
১২২৮ খ্ৰীষ্টাব্দত টাই কোঁৱৰ চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰবেশ কৰিছিল তেওঁৰ লগত প্ৰবেশ কৰিছিল লুখুৰাখন সম্প্ৰদায়ৰ মানুহো। তেওঁ দক্ষিণপাৰে কম মানুহ-দুনুহ থকা ঠাই এটুকুৰাত বসবাস কৰিছিল যাৰ নাম দিছিল ‘ছেঙ-লুঙ-মুঙ’। যাৰ অৰ্থ হ’ল ছেঙ মানে -পৱিত্ৰ, লুঙ মানে মহান অথবা বৃহৎ, মুঙ মানে হ’ল ক্ষেত্ৰ বা ৰাজ্য। অৰ্থাৎ এখন পবিত্ৰ ,মহান আৰু বৃহৎ ৰাজ্য। এই ৰাজ্যই…
শ্লেলেটখন প্ৰথমবাৰ পাই খুউৱ ফুৰ্তি লাগিছিল । দেউতা বা মায়ে লিখি দিয়া ‘অ বা আ’টোৰ ওপৰত কেইবাবাৰো ঘঁহি ঘঁহি লিখিছিলো । অলপ কাপোৰ তিয়াই লৈ শ্লেটখন মচি মচি চাফা কৰিছিলো ।কামত নহা পেনবোৰৰ সাফৰত মাটিপেঞ্চিলবোৰ ভৰাই লিখি থকাৰ আমেজেই বেলেগ আছিল । ‘ৰজাই হুকুম দিছে এদিম চেদিম বাই’ কোনে কোনে খলিছিল ? মনত আছেনে ?…
একান্ত ব্যক্তিগত প্ৰৰোচনামূলক মন্তব্যই আজি অসম জ্বলাইছে । এই ক্ষেত্ৰত সংবাদ মাধ্যমে ( বিশেষকৈ ইলেক্ট্ৰনিক মাধ্যম) মানসিক ভাৰসাম্য হেৰুৱা মানুহবোৰৰ কথাবোৰ বাৰে বাৰে দেখুৱাই সেই উচতনিমূলক মন্তব্যবোৰক আৰু অধিক জনপ্ৰিয় কৰি প্ৰশ্ৰয় দিছিল । আছলতে সংবাদ মাধ্যমৰ দেশৰ বাবে, জাতিৰ বাবে কৰণীয় কাম বহুত । তেনে নেতাৰ কাৰ্যকলাপক আওকাণ কৰক, যি সকলো সময়তেই সংমাদ মাধ্যমৰ…
জীৱন নামৰ ৰঙ্গমঞ্চ মই ভাল নাপাওঁ মৰিশালিসদৃশ সেই হস্পিতালৰ নিশাৰ গভীৰতা অশৰীৰী প্ৰেতাত্মাই যেন মোৰ পিছালৈ উন্মাদ নৃত্যৰে নুপুৰৰ ধ্বনি তুলিছে । পিচফালে ঘূৰিলেই দীঘল বেকাঁতেৰা ক’ৰিডৰটোৱে ভয় লগাকৈ মোলৈ চাই বুকু কপাঁই দিয়ে । দ্ৰুতিৰে সময় দৌৰিছে মাথো দোভাগ নিশাৰ গভীৰ নিৰ্জনতাক নেওচি কাণত কম্পন তুলিছে ঘড়ীটোৰ টিক টক টিক টক শব্দই । কাষৰ…
আজি প্ৰায় সকলোৱে পাহৰি যোৱা মহান ব্যক্তিজনক তেওঁৰ জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিছো । পলাশনীৰ সোবাস বিছাৰি নগাওঁ সাহিত্য সভা ভৱনৰ আগত থকা শ্বহীদ অনিল বৰাৰ স্মৃতিসৌধটোয়ে মোৰ মনত আগতে বৰ জিজ্ঞাস জন্মাই । তেতিয়া আমাৰ জন্মই হোৱা নাছিল যদিও দেউতাৰপৰা তেওঁৰ বিষয়ে শুনি বহু কথাই জানিবলৈ মন গৈছিল ।সেই মহান আত্মাৰ আজি জন্মদিন বাবে এই লেখাতো…