Literary Journal

Writings& Reflections

Essays, poems, and cultural reflections by Dr. Priti Rekha Bora.Page 7

95
Entries
7
Page

Words that touch.
Lessons that stay.

4 min

অতীতৰ ৰোমন্থনত

অতীতৰ ৰোমন্থনত 😍 “বিশ্বকৰ্মা পূজা” বুলি ক’লেই দেউতাৰ অফিছবোৰলৈ মনত পৰে । দেউতাই বিভিন্ন সময়ত বিভিন্ন অফিচত চাকৰি কৰিছিল । প্ৰতি তিনি চাৰি বছৰৰ মূৰে মূৰে দেউতাৰ Transfer হৈছিল । সৰু থাকোঁতে দেউতাৰ অফিছত ইমান যে ডাঙৰকৈ পূজা পাতে দিনটো আমি তাতেই থাকোঁ আৰু গান চান গাইছিলোঁ । কোৱাৰ্টাৰটোৰ সন্মূখতেই ডাঙৰকৈ পেন্দল দি বিশ্বকৰ্মা পূজাৰ…

1 min

শ্রদ্ধাৰে সোঁৱৰিছো

“মোৰ গানবোৰ বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত হওঁক । বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে মোৰ গান হওঁক তীব্ৰ গতিৰ গান “….. ডঃ ভুপেন হাজৰিকা …এটি সৰু প্ৰয়াস 🙏 মানৱতাবাদী মোৰ শ্ৰদ্ধাৰ শিল্পীজনৰ ওপজা দিন উপলক্ষ্য … –প্ৰীতি ৰেখা বৰা

4 min

মূখ্যমন্ত্রী ডাঙৰীয়ালৈ এখনি মুকলি চিঠি

মাননীয় মূখ্যমন্ত্ৰী মহোদয়লৈ এখনি মুকলি চিঠি ১২/০৬/২০১৮ মহোদয় নমস্কাৰ গ্ৰহন কৰিব। অসমত হৈ থকা ঘটনাৰাজিয়ে নিশ্চয় আপোনাকো ৰাতি শান্তিৰে শুৱ দিয়া নাই ।মনলৈ অহা কিছুমান কথাই যেতিয়া উত্তৰ বিচাৰি নাপাই তেতিয়া আপোনাক অবগত কৰোৱাটোৱেই উচিত বুলি ভাবি লিখিলো। ১/অসমৰ খাটি অসমীয়া নিলোৎপল আৰু অভিজিতৰ সেই আৰ্তনাদত যিদৰে আমাৰ হৃদয়ে হাঁহাকাৰ কৰিছে ঠিক সেইদৰে আপোনাৰ হৃদয়ো…

2 min

নিলোৎপল আৰু অভিজিতক ঘূৰাই দিয়া আমাক

পাৰিবনে আমাৰ ল’ৰাকিটাক ঘূৰাই দিব?পাৰিবনে মাকৰ উদং বুকুখনক পূৰাব ? পাৰিবনে অভিজিৎ আৰু নিলোৎপলক সিহঁত ঘূৰি অহালৈ অপেক্ষা কৰি থকা বন্ধু কিজনৰ ওচৰলৈ লৈ যাবলৈ ? ধিক তই অসমীয়া ….. কিয় আমি নিজকে অসমীয়া বুলি চিনাকি দিব লাগে নিজৰ মানুহৰ ওচৰত ? কিয় নিজৰ অসমৰ সৌন্দৰ্য উপভোগৰ বাবে আমি সুধী যাব লাগে ? উত্তৰ আছেনে…

2 min

মা তোমালৈ বুলি

“মাতৃ দিৱস “উপলক্ষ্যে সকলো আইলৈ হিয়াভৰা শুভেচ্ছা জনালোঁ ১৩/০৫/২০১৮ “মা” তোমাৰ সমান হ’ব কোন “মা ” থুনুক-থানাক মাতেৰে যেতিয়া তোমাক মাতিছিলো , ফেকুৰি ফেকুৰি যেতিয়া তোমাৰ মূখখন বিছাৰি আছিলোঁ , তোমাৰ আঙুলিত খামুচি যেতিয়াই পৃথিবীৰ সকলো সুখ পাইছিলো , তোমাৰ হাতেৰে ফুচুলাই খুৱাই দিয়া সেই ভাতখিনিৰ মধুৰতা….. কাহানিও নাপাহৰোঁ 😇😇😇😇😇 নপঢ়িলে ভৰিত দিয়া সেই কোবকিটা….…

2 min

দেউতালৈ মৰমেৰে

” Happy Fathers’ Day ” to all Wonderful Father ১৭/০৬/২০১৮ দেউতালৈ দেউতা গধূলি আপুনি অনা বাদামৰ টোপোলা কিটালে বৰ মনত পৰিছে আজি হেৰাই যাব মন গৈছে শৈশৱৰ সেই দিনবোৰলৈ … চাইকেলত ঘূৰাই লৈ ফুৰা সেই দিনবোৰ … পথাৰ , মাটি , মেল , মিটিং , ভাওনা , নাট .. কিনকিনিয়া বৰষুনত নৈ পাৰত ৰৈ বৰশীত…

3 min

চাকৰিৰ পৰীক্ষা

মোৰ অভিজ্ঞতাৰপৰা একাষাৰ 🙂 PNRD ৰ পৰীক্ষাৰ কাৰবাৰবোৰ দেখি আচৰিত লাগিলেও আচলতে বহু পৰীক্ষাৰ ক্ষেত্ৰতে বহু খামখেয়ালী হোৱা দেখা যায়। এনে বহু অভিজ্ঞতা আমাৰো নোহোৱা নহয় । দুবাৰকৈ ACS clear কৰিও কেনে অভিজ্ঞতা হৈছিল সেইবোৰ এতিয়া নকওঁ । বিষয় শিক্ষকৰ মৌখিক পৰীক্ষা দিবলৈ গৈ interview হৈ থকা ৰূমত সোমাই যাওঁতে Sir জনে শুধিছিল গুৱাহাটী কেনেকৈ…

4 min

“অসম আমাৰ আমি অসমৰ “

*আকৌ যদি যাব লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ* ভাৰত স্বাধীন হোৱা বহু বছৰ হ’ল কিন্ত্ত অসমখন স্বাধীন নহৈ এচাম শোষণকাৰীৰ ভোগবিলাসৰ ৰাজঘৰ হৈ থাকিল । কংগ্ৰেছ যেতিয়াই গাদীত আহিছে তেতিয়াই , লগতে বিগত ১৫ বছৰৰ ৰাজত্বত সীমান্তৰ কাটা তাঁৰ উন্মুক্ত ৰাখি ভোট বেংকৰ লাভালাভৰ খেলাত “অবৈধভাৱে কাক ” আমদানী কৰি কেতিয়াবাই অসমীয়াৰ…

5 min

“দেউতা জংঘলত থাকে “

একান্ত ব্যক্তিগত….. “দেউতা জংঘলত থাকে ” — কনমানি জনীৰ কথাষাৰে বুকুখনৰ কোনোবা এটি কোনত হেচাঁ মাৰি ধৰিলে । কান্দোনত ভাঙি পৰা অসহায় মানুহগৰাকীৰ সেই দৃশ্যই হয়তু মোৰ দৰে বহুতকে ৰাতি শুৱ দিয়া নাই । কিয় লাগে এনে স্বাধীনতা ? য’ত কেৱল অসমীয়া কিজনেহে প্ৰান আহুতি দিব লাগে? অাছে কেইজন এতিয়া অসমীয়া যি স্বাধীন অসমখনত ৰাজত্ব…