Literary Journal

Writings& Reflections

Essays, poems, and cultural reflections by Dr. Priti Rekha Bora.Page 8

95
Entries
8
Page

Words that touch.
Lessons that stay.

1 min

এটি ক্ষণৰ অন্তত

এটি ক্ষণৰ অন্তত বতাহ জাকৰ উচুপনিত মন সঞ্চাৰিত হৈ জিকাৰ খাই উঠিছে ভয়ত বিতত মোৰ আত্মাৰূপী শৰীৰ উদীপ্ত সূৰ্য্যটোৱেও যেন আজি ডাৱৰৰ আঁৰত মূখ ঢাকিছে সূৰ্য্যদয়ৰ সেই হেঙুলী কিৰণ লজ্জাত আজি ধূসৰিত । বিশ্ৱব্ৰহ্মান্ডৰ সৌন্দৰ্য্যৰে শুভাসিত বাবেই চাগৈ সেই নৰপিশাচৰ অতহাস্যৰ কিৰিলিত লঠঙা হ’ ল সেই নিস্পাপ প্ৰাণটি কেচাঁ শোনিতেৰে ৰাঙলি কৰা নৰপিশাচৰ দাৱানল নিঃশেষ…

4 min

‘ Valentine’ কোন হ’ব পাৰে বাৰু ……?

Hi will you be my Valentine ? ‘ Valentine’ কোন হ’ব পাৰে বাৰু ……? কান্দি থকা কেচুৱাটোৰ ওচৰলৈ দৌৰি অাহি মাকজনীয়ে যেতিয়াই দুহাতেৰে আলফুলেৰে বুকুত সাৱতি লয় তেতিয়া কেচুৱাই কান্দোন বন্ধ কৰি অফুৰন্ত সুখত হাত ভৰি লৰাই সুখ প্ৰকাশ কৰে । দেউতাক অফিচৰ পৰা অহাৰ লগে লগে যেতিয়া সন্তানকিতাই দেউতা বুলি সাৱতি ধৰে , আৰু…

5 min

কিছুমান কথাই যেতিয়া মন চুই যায় …..

“কিছুমান কথাই যেতিয়া মন চুই যায় …..” “মা গ্ৰন্থ মেলা কেতিয়া বাৰু? মই কিতাপ কেইখনমান কিনিব লাগিছিল । ” মোৰ লৰাৰ কথাই মোক শৈশৱলৈ গ’ল ….. সৰুৰে পৰা কিতাপ পঢ়ি বৰ ভালপাওঁ । সফুঁৰা, ছান্দমামা,ছাৰ্লচ হোমসৰ সিৰিজ,মৌচাক ,টিংকল,টিনটিনআৰু সেই সময়ত ওলোৱা বিভিন্ন আলোচনী বোৰে মোক যেন এখন বেলেগ ৰাজ্যলৈ লৈ গৈছিল । কিতাপ পঢাৰ ইমানেই…