সোঁৱৰণিৰ বালিচৰ#৫
~~সোঁৱৰণিৰ বালিচৰ ৫ ~~ স্কুলৰ বাৰাণ্ডাখনত বহি তাইলৈ চাই আছিলোঁ অবাক হৈ চাইকেল লৈ স্কুল আহিছে। দুইজনী বায়েক ভনীয়েকে চাইকেল চলাই স্কুল আহে । গোটেই স্কুলখনত দুখনেই চাইকেল।মই পঞ্চম শ্ৰেনীত নাম লগাইছো । স্কুল বহু দুৰৈত আমাৰ কোৱাৰ্টাৰৰ পৰা। খোজ কাঢ়ি অহা যোৱা কৰোঁ প্ৰায় ।টিফিনত সেইদিনা মায়ে ভাত, দাইল আৰু অমলেট দিছিল।তাইৰ চাইকেলখনলৈ চাই…