Literary Journal

Writings& Reflections

Essays, poems, and cultural reflections by Dr. Priti Rekha Bora.Page 2

95
Entries
2
Page

Words that touch.
Lessons that stay.

11 min

সোৱৰণিৰ বালিচৰ ৭

*কেতিয়াবা এৰি থৈ অহা স্কুলৰ সেই ভাল লগা দিনবোৰলৈ মনত পৰেনে? এল পি স্কুল , হাইস্কুলৰ সেই ভাল লগা দিনবোৰৰ কথা মনত পৰাৰ লগে লগে মনটো কিবা এটা বুজাব নোৱাৰা অনুভূতিৰে শিহৰিত হৈ পৰে৷ আছলতে সেয়াই হ’ল পঢ়ি অহা স্কুললখনৰ প্ৰতি থকা আমাৰ আবেগ৷স্কুল আমাৰ বাবে মন্দিৰৰ দৰে আছিল য’ত আমি জ্ঞান লাভ কৰিছিলো ৷স্কুলৰ…

1 min

অনুভৱ

অনুভৱ বৰ মনত পৰিছেব্যস্ত নেকি?তোলৈ ফোন কৰিম বুলিওৰৈ গৈছিলোজানোচা তই দেখিওফোনটো নুঠাৱজাননেপুৰণা কথাবোৰবৰ মনত পৰিছে৷এলবামটো খুলি চাইছিলোঁধৰিব পৰা নাইফটোবোৰ বেয়া হৈছেনে চকুযোৰচিঠিবোৰৰ চিঞাহীৰ ৰঙটোতসেই নীলা নাইকিন্তু স্মৃতিবোৰ একেইৰঙীন হৈয়ে আছেশুনচোনজীৱনত ইমান ব্যস্ত নহবিযে নিজৰ বাবেও সময় নাই৷কেতিয়াবা ভাবো !হঠাতে যদি তোৰমোলৈ মনত পৰি ফোনটোতমোৰ নামটো বিচাৰমই বা ফোনটো ৰিছিভ কৰিবলৈ থাকো নে নাই৷ ড° প্ৰীতি…

5 min

মোক্ষ

. তাই এম্বুলেন্সখনত উঠি ঘৰখনলৈ চালে৷ এই যে ঘৰখন তাই আৰু গিৰিয়েকে কম কষ্টৰে বনাইছিলে নে ৷সেই দিনবোৰ তাইৰ এতিয়াও মনত আছে৷ মা মোৰ পঢ়িবলৈ বৰ মন আছে৷ এতিয়াই বিয়াখন নিদিলে নহয় নে৷পঢ়িবি আকৌ কিন্তু ইমান ভাল চাকৰি কৰা লৰা এটা পাইছোঁ যেতিয়া হেৰুৱাব নোৱাৰি নহয় ৷কিন্তু মা যদি মোক তেওঁ পঢ়িবলৈ নিদিয়ে তেতিয়া৷শুন আমি…

3 min

ৰামলল্লা মূৰ্ত্তিজনাৰ বিষয়ে

ৰামলল্লাৰ ধুনীয়া মূৰ্ত্তিজনা আজি সমগ্ৰ ভাৰতবৰ্ষ আনন্দত আত্মহাৰা কাৰণ আজি ৰাম তেওঁৰ নগৰত নিজৰ ঘৰত বিদ্যমান৷ কেইবাটাও যুগৰ অৱসানৰ পিছত আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰলো সকলো৷ ইমান সুন্দৰ ৰামলল্লাৰ মূৰ্ত্তি চালে চাই থাকিব মন যায়৷ কিন্তু কলা ৰঙৰ৷সাধাৰণতে আমি মন্দিৰত পিটল , সোণোৱালী ,বগা মাৰ্বলৰ মূ্ৰ্ত্তি দেখি দেখি আমাৰ মনত তেনেকুৱা এটি ধাৰণা গঢ়…

7 min

শিশুক সংস্কাৰমূখী হ’বলৈ শিকাঁও আহক

            ঘৰখনেই  হ’ল শিশুৰ শিক্ষাৰ  কঠীয়াতলি। প্ৰায়বোৰ পৰিয়ালতেই মাতৃগৰাকীয়েই  হয় শিশুটিৰ প্ৰথম শিক্ষয়িত্ৰী।  কাৰন শিশুসকলে মাতৃগৰাকীৰ পৰাই আদিপাঠ গ্ৰহণ কৰে ।  শিশুসকল আমাৰ ভবিষ্যতৰ সম্পদ।শিশু অবস্থাতে আমি যি সংস্কাৰ দিওঁ সেই সংস্কাৰ সিহঁতে আজিবন ধৰি মনত ৰাখে।শিশুসকলৰ মাক – দেউতাকৰ এই ক্ষেত্ৰত অৰিহণা বহুত কাৰণ তেওঁলোকৰ পৰাই শিশুসকলে  এই সংস্কাৰ গ্ৰহন কৰে ।আহাৰ গ্ৰহণ কৰাকে ধৰি…

7 min

নিৰ্বান

বুদ্ধদেৱৰ ধৰ্ম দৰ্শন প্ৰকৃততে নৈতিকভাৱে জীৱন – যাপন কৰিব পৰা এক ব্যৱহাৰিক দৰ্শন। য’ত তেওঁ তাত্বিক আলোচনাক সম্পূৰ্ণৰূপে পৰিহাৰ কৰি জীৱনোপযোগী এক ব্যৱহাৰিক দৰ্শনৰ সূত্ৰপাত কৰি জীৱনৰ প্ৰকৃত সত্যক জানিবলৈ দিছে।মানৱ জীৱনত থকা দুখ সুখৰ নিবৃত্তিৰ বাবে তেওঁ সুদীৰ্ঘকাল সাধনাত নিমগ্ন হৈ চাৰিটা মূল সত্যৰ সন্ধান কৰি পাইছিল যাক’ চত্বাৰি আৰ্যসত্যানি বা অৰ্যসত্য ‘বুলি কোৱা…

10 min

অসমৰ লোকশিল্পসমূহ

লোক-শিল্পত আমাৰ সমাজৰ প্ৰকৃত ছবি ফুটি উঠে । দৈনন্দিন প্ৰয়োজনৰ লগতে সামাজিক অনুষ্ঠানৰ লগতো লোক-শিল্পৰ সম্বন্ধ আছে ।অসমৰ গাঁৱৰ মানুহে নিত্য ব্যৱহাৰৰ কাৰণে লোক থলুৱা সম্পদৰ ওপৰত নিৰ্ভৰ কৰি আহিছে ।অসমৰ সমাজ ব্যৱস্থাত কুটিৰ শিল্পই আৰ্থিক উন্নয়নত বিশেষভাৱে প্ৰভাৱ পেলাইছে। ভাৰতীয় অৰ্থনীতিতো বিভিন্ন ৰাজ্যৰ কুটীৰ শিল্পই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ।আধুনিক যন্ত্ৰপাতিৰ সহায় নোলোৱাকৈ…

7 min

বুদ্ধ ভিক্ষুনী আম্ৰপালি

“ঔঁ মনি পদমে হুম” ॐ मणि पदमे हूम्‌’ এদিন এহাল দুখীয়া দম্পতীয়ে ঘৰলৈ উভতি অহাৰ পথত এজোপা আমগছৰ তলত দিপলিপ কন্যা কেছুৱাজনী দেখা পাই ঘৰলৈ লৈ আনে । আমগছ জোপাৰ তলত পোৱা বাবে তাইৰ নাম ৰাখিলে আম্ৰপালী।লাহে লাহে হিয়াৰ আমঠু আম্ৰপালীজনী ডাঙৰ হৈ আহিব ধৰিলে ।আম্ৰপালীৰ দেহৰ ভাঁজে ভাঁজে ফুটি উঠিছিল সৌন্দৰ্য্যৰ লালিমা। যিজনে আম্ৰপালীক…

8 min

সোঁৱৰণিৰ বালিচৰ ৬

ক’লা পৰা চিমনিটোৰ ওপৰত কাগজেৰে মেৰিয়াই লোৱা লেম্পটোলৈ কেতিয়াবা মনত পৰেনে বাৰু? সেই যে কাৰেণ্ট যোৱাৰ পিছত ঢিমিক-ঢামাক পোহৰত কিতাপ পঢ়িবলৈ লোৱাৰ মাদকতাবোৰ কেতিয়াবা বিছাৰি ফুৰিবলৈ মন নাযায়নে ?ল’ড শ্বেডিঙত আন্ধাৰে আবৰি ধৰাৰ লগে সকলোৰে ঘৰে ঘৰে জ্বলিছিল সেই লেম্পবোৰ।ঘৰৰ পৰা ওলাই আহি ইঘৰে সিঘৰৰ লগত মনৰ কথাবোৰ পাতিবলৈ যেন দিছিল এই ল’ড শ্বেডিঙে ।…

11 min

~ৰেজাঙ লাই চকুপানী উলিয়ালেও নাথোলাই ভৰসা দিয়ে~~

~~ৰেজাঙ লাই চকুপানী উলিয়ালেও নাথোলাই ভৰসা দিয়ে~~ কাৰ্লমাক্স , ফেড্ৰিক এংগেলচৰ সাম্যবাদ অৰ্থাৎ সমতামূলক বৰ্গবিহীন সমাজৰ প্ৰতি আকৃষ্ট হৈ চীনত সাম্যবাদ প্ৰতিস্ঠা কৰিবলৈ ১৯১৯ চনতে পেকিঙৰ অধ্যাপক আৰু ছাত্ৰসকলে মাৰ্ক্সবাদ, সাম্যবাদ পঢ়িবলৈ এক সংস্থা স্থাপন কৰিছিল।এওঁলোকৰ ভিতৰত আছিল মাও সে তুংগ ( Mao Tse Tung ) বা মাও জেডঙ ( Mao Zedong )।পৰবৰ্তী কালত চীন…